আজি কর্ণাটক বিধানসভা নির্বাচনৰ ভোটগ্রহণ: ২২৪ সমষ্টিত ২,৬১৫ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৫.৩১ কোটি ভোটাৰে
নিয়মীয়া বাৰ্তা, ১০ মে': দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ দক্ষিণৰ একমাত্র শাসকীয় ৰাজ্য কর্ণাটক বিধানসভা নির্বাচনৰ কাইলৈ ভোটগ্রহণ৷ ৰাজ্যখনৰ ২২৪টা বিধানসভা সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সামৰণি পৰিব৷ ২,৬১৫গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৫.৩১,৩৩,০৫৪গৰাকী ভোটাৰে৷ মুঠ ৫.৩১ কোটিতকৈ অধিক ভোটাৰৰ…
Read More...