আঞ্চলিক ভাষাতো প্রকাশ পাব ছুপ্রিম ক’ৰ্টৰ ৰায়
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: এইবাৰ যিকোনো গোচৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায় তথা নির্দেশনা আঞ্চলিক ভাষাতো প্রকাশ পাব৷ আজি এই কথা সদৰী কৰিলে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে৷ কাইলৈ গণৰাজ্য দিৱসৰ পৰাই আৰম্ভ হ’ব এই নতুন ব্যৱস্থা৷ আজি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত শুনানি আৰম্ভ হোৱাৰ সময়ত অধিবক্তাসকলৰ সন্মুখত চন্দ্রচূড়ে এই কথা ঘোষণা কৰে৷ স্মর্তব্য যে যোৱা…
Read More...