ভাৰতীয় সেনাৰ নতুন চিন্তাঃ সেনা জোৱানে শিকিব লাগিব জুডো–কাৰাটে
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: অকল অস্ত্র চলোৱাতেই নহয়, এইবাৰ বাধ্যতামূলকভাৱে হাত চলাবলৈ শিকিব লাগিব চীন সীমান্তত পহৰাত নিযুক্ত ভাৰতীয় সৈনিকসকলে৷ মূলতঃ ভাৰত–চীন প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত নিয়োজিত ইণ্ডো–তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ বাবে এই নিয়ম আৰম্ভ কৰা হ’ব৷ সেনা সূত্রই প্রকাশ কৰা অনুসৰি, জুডো, কাৰাটেৰ দৰে মার্চিয়েল আর্ট শিকোৱা হ’ব…
Read More...