নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

ভাৰতত নির্মাণ হ’ব অত্যাধুনিক এ কে–২০৩ ৰাইফল; ১ মিনিটত বাহিৰ হ’ব ৭০০জাঁই গুলী

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: অত্যাধুনিক এ কে–২০৩ এছাল্ট ৰাইফল নির্মাণৰ প্রস্তুতি চলোৱা হৈছে ভাৰতত৷ ৰাছিয়াৰ প্রযুক্তিৰ সহায়ত উত্তৰ প্রদেশৰ আমেথিৰ এক কাৰখানাত এ কে–৪৭ এছাল্ট ৰাইফলৰ আটাইতকৈ উন্নত সংস্কৰণ এ কে–২০৩ নির্মাণৰ প্রাৰম্ভিক প্রক্রিয়া সম্পূর্ণ হৈছে৷ কালি ৰাছিয়াৰ সামৰিক বিষয়ববীয়া এগৰাকীয়ে এই কথা সদৰী কৰিছে৷ সকলো ঠিকে থাকিলে চলিত বর্ষৰ শেষৰফালে এই…
Read More...

শ্রীলংকাৰ শ্বেহান কৰুণাতিলকালৈ বুকাৰ বঁটা–২০২২

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: শ্রীলংকাৰ প্রসিদ্ধ লেখক শ্বেহান কৰুণাতিলকাক সন্মানীয় বুকাৰ বঁটা–২০২২ৰে বিভূষিত কৰা…

কেদাৰনাথত মর্মান্তিক দুর্ঘটনা, হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ ৭ জন নিহত

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰ: কেদাৰনাথলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাৰ খবৰ পাই উদ্ধাৰকাৰী দল ততাতৈয়াকৈ সেই…

হিন্দীত প্রেছক্রিপচন ‘শ্রী হৰি’ৰে আৰম্ভ কৰিলে মধ্য প্রদেশৰ চিকিৎসকে

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰ: হিন্দীত লিখা হ’ল গোটেই প্রেছক্রিপচন৷ ৰোগীক কি কি ঔষধ খাবলৈ দিয়া হ’ব, সেয়াও হিন্দীতে…

উত্তৰ প্রদেশত নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত নজিৰবিহীন অব্যৱস্থা প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰ: উত্তৰ প্রদেশ মানেই যেন সকলোতে বিতর্ক৷ নিয়োগ পৰীক্ষাক কেন্দ্র কৰি যোগী আদিত্যনাথৰ ৰাজ্যত…

সংযুক্তা দত্তৰ ‘পলাশ’ৰ ৰেচমী মেখেলা–চাদৰ পিন্ধি ৰেম্পত বলীউডৰ অভিনেত্রী ভাগ্যশ্রী

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ  নব্বৈৰ দশকত ‘মেইনে প্যাৰ কিয়া’ ছবিখনত নায়িকাৰ চৰিত্রত অভিনয়েৰে দেশে–বিদেশে আলোডন…

ৰোমত মস্তিষ্কৰ অস্ত্রোপচাৰৰ সময়ত ৯ ঘণ্টা ধৰি ছেক্সোফোন বজালে ৰোগীয়ে

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ  সংগীতৰ সৈতে স্নায়ুতন্ত্রৰ উদ্দীপনাৰ গভীৰ সম্পর্ক আছে৷ ইতিমধ্যে কগ্নিটিভ বিজ্ঞানীসকলে…

কাঁটা তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত উপস্থিত ১০০গৰাকী হিন্দু

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ পাকিস্তানত বসবাস কৰাটো ধর্মীয় সংখ্যালঘু লোকসকলৰ বাবে আটাইতকৈ ভয়ংকৰ ঘটনা৷ দেশখনত…