উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক বোমাৰে হত্যাৰ ভাবুকি
নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক বোমাৰে হত্যা কৰাৰ ভাবুকি দিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে বিজেপিৰ নেতা দেৱেন্দ্র তিৱাৰীৰ বাসগৃহত এটা বেগত লাভ কৰা পত্রত মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু তিৱাৰীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে৷ লক্ষ্ণৌৰ আলমবাগস্থিত তিৱাৰীৰ বাসগৃহত এই ভাবুকি–পত্র লাভ কৰাৰ…
Read More...