কিশোৰৰ শৰীৰত ট্যাটু নিষিদ্ধ কৰিলে চীন চৰকাৰে
নিয়মীয়া বাৰ্তা, ৮ জুন: এইবাৰ নতুন ফতোৱা জাৰি কৰিছে চীনে৷ নাবালকসকলে নিজৰ শৰীৰত ট্যাটু কৰিব নোৱাৰিব৷ দেশখনৰ গৃহ মন্ত্রালয়ে এই নতুন নির্দেশনা জাৰি কৰিছে৷ সমাজতান্ত্রিক মতাদর্শৰ সৈতে সম্পর্ক নাই ট্যাটু সংস্কৃতিৰ৷ সেইবাবে এই নির্দেশ দিছে বেইজিং প্রশাসনে৷ যদি কোনো ট্যাটু পার্লাৰত কিশোৰ তথা কিশোৰীসকলৰ ট্যাটু কৰোৱা হয়, তেন্তে তেনে পার্লাৰৰ বিৰুদ্ধে…
Read More...