বিজেপিৰ কুসংস্কাৰ-ঘৃণামূলক মন্তব্যৰ বাবে ভাৰতে কিয় ক্ষমা বিচাৰিব, বিদেশ ৰাষ্ট্ৰৰ প্ৰতিক্ৰিয়াৰ পাছত কেন্দ্ৰক কটাক্ষ
বিশেষ বাৰ্তা, ৬ জুনঃ হজৰত মহম্মদক লৈ বিজেপিৰ দুজন নেতাই কৰা মন্তব্যক লৈ ইছলামিক ৰাষ্ট্ৰৰ চৰকাৰসমূহে সৰৱ হৈছে। কাটাৰ, কুৱেইট, ইৰাণ, ছৌদি আৰবকে ধৰি গাল্ফ ৰাষ্ট্ৰসমূহত কর্মৰত ভাৰতীয় ৰাষ্ট্রদূতসকলক মাতি মহম্মদ সম্পর্কে কৰা মন্তব্যৰ তীব্র নিন্দা কৰিছে। কাটাৰে দাবী কৰিছে ভাৰত চৰকাৰে এই বিষয়টিত প্রকাশ্যে ক্ষমা বিচাৰিব লাগিব। দেওবাৰে বিজেপিয়ে দলৰ প্রাথমিক…
Read More...