ডুবন্ত চিচিডিক তুলি ধৰা কোন এই ‘হিৰো’
‘এ লট কেন হেপেন অভাৰ এ কাপ অৱ কফী’! কেফে কফী ডে'(চিচিডি) ৰ প্রতিখন আউটলেট এই টেগলাইন চকুত পৰে। অতিমাৰীৰ বাবে ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছে দেশ-বিদেশৰ বহু প্ৰতিষ্ঠানে। তাৰে মাজৰ এখন চিচিডি। কোটি কোটি টকাৰ ঋণৰ বোজা সত্ত্বেও ধীৰে ধীৰে সুস্থিৰ হৈছে চিচিডিৰ ব্যৱসায়। সুদিন ওভোতাই নহয়, বাঢ়িছে মুনাফাও। বাস্তৱত সেয়া সম্ভৱ কৰিছে মালবিকা হেগডেয়ে; চিচিডিৰ…
Read More...