এছ ৪০০ ক্রয় কৰিলেও নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব ভাৰতে
নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ ৰাছিয়াৰ পৰা এছ ৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা ক্রয়ৰ ক্ষেত্রত ভাৰতে উদ্যোগ লোৱাৰ লগে লগে নতুন দিল্লী প্রশাসনৰ বিৰুদ্ধে পূর্বৰ আমেৰিকান ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে নিষেধাজ্ঞা আৰোপ কৰাৰ চিন্তা–চর্চা চলাইছিল৷ আনকি ট্রাম্প প্রশাসনে এইক্ষেত্রত ভাৰতৰ বিৰুদ্ধে নিষেধাজ্ঞা প্রয়োগ হ’ব বুলিও স্পষ্ট কৰি দিছিল৷ শেহতীয়াকৈ দেশখনৰ…
Read More...