ৰোগীৰ পেটত ওলাল ১ কিলোগ্ৰামতকৈ অধিক নট, স্ক্ৰু, চুৰি! হতবাক চিকিৎসক…
নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ পেটৰ বিষত চিকিৎসালয়ত ভৰ্তি হৈছিল ৰোগী। এক্স-ৰে কৰাত পোহৰলৈ আহে প্ৰকৃত সত্যটো। যি দেখি হতবাক হৈছিল চিকিৎসকসকলো। আচৰিত লাগিলেও এয়া সত্য যে ৰোগীজনৰ পেটৰ পৰা ওলাইছিল নাট, বল্ট'। অৰ্থাৎ পেট নহয় যেন এখন হাৰ্ডৱেৰ দোকানহে! এই অবাঞ্চক ঘটনাটোৰ স্থান হৈছে লিথুৱানিয়া (Lithuania)। দেশজুৰি এই ঘটনাই যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে।
এক…
Read More...