হিমাচলত ভূমিস্খলনঃ ছ’চিয়েল মিডিয়াত ফটো দিয়াৰ কেইটামান মুহূৰ্তৰ পাছতেই চিকিৎসকৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ হিমাচল প্রদেশৰ কেইবাস্থানতো মুষলধাৰ বৃষ্টিপাতৰ পিছত সংঘটিত ভূমিস্খলনৰ ঘটনাত কম পক্ষেও ৯গৰাকী পর্যটক নিহত হৈছে৷ এই ঘটনাত আহত হৈছে অন্য তিনিগৰাকী লোক৷ ভূমিস্খলনৰ ফলত ছাংলা উপত্যকাৰ বাগছেৰী দলং ভাগি পৰা উপৰি বিভিন্ন স্থানত ভূমিস্খলনে যাতায়াত ব্যৱস্থা ব্যাহত কৰিছে৷
উল্লেখনীয় যে ১১গৰাকী পর্যটক কঢ়িয়াই অনা বাহন এখনৰ ওপৰত…
Read More...