মৰ্মান্তিকঃ কভিড ভেকচিন লৈ দম্পত্তিয়ে ভ্ৰমণলৈ গৈছিল, কভিডত আক্ৰান্ত হৈ পুত্ৰৰ হে মৃত্যু ঘটিল…
নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ এহাল দম্পত্তিয়ে ভ্ৰমণ কৰিবলৈ গৈছিল হাৱাইলৈ। কিন্তু হাৱাইলৈ যোৱাৰ আগতে দুয়োৱে কভিডৰ ভেকচিন লৈছিল। তাৰ পিছ দুয়োৰে কভিড পৰীক্ষা নিগেটিভ আহিছিল। কাৰণ হাৱাইত ভ্ৰমণ কৰিবলৈ প্ৰথমে কোৱাৰেণ্টাইন হ'ব লাগিব যিটো দম্পত্তি হালে বিচৰা নাছিল।
আনহাতে, দম্পতীহালৰ সৰু পুত্ৰই আন এখন ৰাজ্যৰ পৰা হাৱাইত উপস্থিত হোৱাৰ অলপ পিছতে কভিড-১৯ ৰ…
Read More...