৪০০০ ক’ভিড কেয়াৰ ডবা সাজু ভাৰতীয় ৰে’লৱেৰ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ক'ভিডৰ বিৰুদ্ধে যুঁজৰ পদক্ষেপ হিচাপে ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে প্ৰায় ৪০০০ ক'ভিড কেয়াৰ ডবা সাজু কৰিছে আৰু ইয়াত প্ৰায় ৬৪,০০০ বিছনা ভিন্ন ৰাজ্যৰ ব্যৱহাৰৰ বাবে সাজু কৰা হৈছে।
বৰ্তমান ১৬৯টা ডবা ক'ভিড কেয়াৰৰ বাবে বিভিন্ন ৰাজ্যক হস্তান্তৰ কৰা হৈছে বুলি চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে।
মহাৰাষ্ট্ৰৰ নাগপুৰত ১১টা ক'ভিড কেয়াৰ…
Read More...