দিল্লী এইম্ছৰ চিকিৎসকসহ ৩৫, গংগাৰামৰ ৩৭ চিকিৎসক নার্ছ পজিটিভ
নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে বিপজ্জনক দিশে আগবঢ়াই নিছে দেশৰ পৰিস্থিতি৷ প্রতিদিনেই আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই থকাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বর্ধিত হৈছে৷ বিগত চাৰি দিন ধৰি অনাকাংক্ষিত অভিলেখসহ লক্ষাধিক লোক ক’ৰোনাত আক্রান্ত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত এদিনত সর্বাধিক ১,৩১,৯৬৮জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াকে লৈ দেশত…
Read More...