মহাপঞ্চায়তৰ মঞ্চ খহি বাগৰি পৰিল কৃষক নেতা ৰাকেশ
নিয়মীয়া বাৰ্তা, ৪ ফেব্রুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ আন্দোলনক শক্তিশালী ৰূপত উজ্জীৱিত কৰা কৃষক নেতা ৰাকেশ টিকেইটৰ মঞ্চত অঘটন ঘটিল৷ হাৰিয়ানাৰ জিন্দত আয়োজন কৰা মহাপঞ্চায়তৰ মঞ্চত বি কে ইউৰ নেতা টিকেইটসহ কেইবাগৰাকীও কৃষক নেতাই উপৱিষ্ট হৈ থকাৰ সময়তে মঞ্চখন ভাগি পৰে৷
মঞ্চখন খহি পৰাত কৃষক নেতা টিকেইটসহ আনকেইগৰাকীও তলত বাগৰি পৰে যদিও কোনো হতাহত হোৱা…
Read More...