“দেশৰ কথাও ভাবিব লাগিব; আলোচনাৰ মাধ্যমেৰে পোৱা যাব সমাধান”-সর্বদল বৈঠকত কৃষকলৈ বার্তা Modi-ৰ
নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ দিল্লীত কৃষক-আৰক্ষীৰ সংঘৰ্ষৰ পাছতো কেন্দ্ৰই আলোচনাৰ পথ মুকলি ৰাখিছে। বাজেট অধিৱেশনৰ আগতে সকলো দলৰ বৈঠকৰ আগতে প্ৰধানমন্ত্ৰীয়ে সেই কথা জনালে প্ৰধানমন্ত্ৰীয়ে।
শনিবাৰে এই বৈঠকত প্রধানমন্ত্রীয়ে কয়, "কৃষিমন্ত্ৰীয়ে কৃষকসকলক যি কৈছিল মই পুনৰাবৃত্তি কৰি আছো। এতিয়াও ফাৰ্ম আইনৰ ওপৰত কোনো চুক্তি হোৱা নাই। কিন্তু কেন্দ্ৰৰ এটা…
Read More...