এসাঁজ খাদ্যৰ বাবে যুঁজিছে বিশ্বৰ ৪৭ দেশৰ ২৬.৬ কোটি লোকে
ডিজিটেল ডেস্ক, ২৬ এপ্রিল : খাদ্য সংকটে সমগ্র বিশ্বত গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ ৰাষ্ট্রসংঘত দাখিল কৰা এখন প্রতিবেদনত চলিত বর্ষৰ শেষৰফালে এই সংকট ভয়াৱহ হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে৷ একাধিক আন্তঃৰাষ্ট্রীয় বিশেষজ্ঞ সংস্থাই প্রস্তুত কৰা ‘গ্ল’বেল ৰিপ’ৰ্ট অন ফুড ক্রাইচিছ’ শীর্ষক বার্ষিক প্রতিবেদনত কোৱা হৈছে যে বর্তমান বিশ্বৰ ৪৭খন দেশৰ অতিকমেও ২৬.৬ কোটি লোকে…
Read More...