কেন্দ্রীয় সংস্থা ডিআৰডিঅ’ত একাধিক খালী পদ
কেন্দ্রীয় সংস্থা ডিফেঞ্চ ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন (ডিআৰডিঅ’)ত বিভিন্ন বিভাগত একাধিক পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছে৷ সংস্থাৰ ৱেবছাইটত এই বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ সকলো পদত চুক্তিভিত্তিক নিয়োগ হ’ব আৰু নির্দিষ্ট সময়ৰ বাবে দিয়া হ’ব৷ প্রার্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব৷ প্রজেক্ট ছাইণ্টিষ্ট পদত মেকানিকেল ইঞ্জিনীয়াৰিং, কেমিকেল…
Read More...