ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ত খালী পদৰ বিজ্ঞাপন
ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় (ইগন’)ত অর্হতাসম্পন্ন, আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ প্রতিষ্ঠানৰ ৱেবছাইটত ইতিমধ্যে এই পদসমূহৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ টেকনিকেল এছিছটেণ্ট আৰু টেকনিকেল মেনেজাৰ পদত নিয়োগৰ বাবে প্রকাশিত হৈছে বিজ্ঞাপন৷ মুঠ খালী পদৰ সংখ্যা ১২টা৷ টেকনিকেল এছিছটেণ্ট পদত প্রতিমাহে দৰমহা দিয়া হ’ব ৯,৩০০ টকাৰ পৰা…
Read More...