হায়াট হাস্পতালত ৩০ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ২২ ডিচেম্বৰ
গুৱাহাটীৰ লালগণেশস্থিত ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান হায়াট হাস্পতালত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি চিকিৎসা প্রতিষ্ঠানটোৰ মানৱ সম্পদ বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ষ্টাফ নার্ছৰ ৩০ পদত অচিৰেই প্রার্থী নিয়োগ কৰিব৷
ষ্টাফ…
Read More...