পৰেশ বৰুৱাক আলোচনালৈ আনিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰিম : ড০ হিমন্ত বিশ্ব শৰ্মা
🎯ফকিৰাগ্ৰামত জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ ২৮ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত আজি অনুষ্ঠিত হোৱা এনডিএৰ বিশাল বিজয় সংকল্প সমাৱেশত হিলদল ভাঙি ওলাই আহে সাধাৰণ জনতা। মূলত: মুখ্যমন্ত্ৰীক এবাৰ কাষৰ পৰা চাবলৈ ফকিৰাগ্ৰাম আজি লোকাৰণ্য হৈ পৰে। মহিলাসকলে শংখ বজাই মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনোৱাৰ পিছত বিশেষকৈ…
Read More...