বন বিভাগৰ অতৰ্কিত অভিযান, ছটাকৈ অবৈধ কাঠফলা মিল জব্দ
বৰপেটাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰাচৰত গোৱালপাৰা জিলা বন বিভাগ আৰু বৰপেটা জিলা বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায়। গোৱালপাৰা জিলা বন বিভাগৰ এটি বৃহৎ দলে বাঘমাৰাচৰৰ বিভিন্ন গোপন স্থানত অভিযান চলাই ছয় টাকৈ চোৰাং কাঠ ফলা মিল উৎখাত কৰাৰ লগতে প্ৰায় ৬০ লক্ষ্যাধিক টকাৰ শাল চেগুনৰ লগতে গমাৰিৰ উপৰি বিভিন্ন প্ৰজাতিৰ চোৰাং কাঠ জব্দ কৰিবলৈ…
Read More...