বাংলাদেশত হিন্দুক নিৰ্যাতনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ, জুমুঠি দাহ
বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্মম অত্যাচাৰ বন্ধ কৰাৰ দাবীৰে বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ লগতে প্ৰতিকৃতি দাহ কৰা হয়। কামৰূপৰ নগৰবেৰাৰ মালিবাৰীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে এই বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়।
মালিবাৰী বজাৰৰ পৰা মালিবাৰী সত্ৰ খেলপথাৰলৈ এই প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে মুখৰিত হয় পৰিবেশ। লগতে প্ৰতিবাদকাৰীসকলে…
Read More...