ছিপাঝাৰত সাতদিনীয়া নাট মহোৎসৱৰ শুভাৰম্ভ, চাৰি দৰঙী লোকশিল্পীক সম্বৰ্ধনা
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত 'অসম কলাতীৰ্থ'ৰ সৌজন্যত এছ বি মুভিজৰ নিবেদনত ছিপাঝাৰত কালিৰে পৰা অনুষ্ঠিত হৈছে "জনকনন্দিনী" শীৰ্ষক এখন নাট সমাৰোহ। ছিপাঝাৰ শ্বহীদ ভৱনত সন্ধিয়া সাত বজাৰ পৰা অনুষ্ঠিত হোৱা এই সাতদিনীয়া সমাৰোহত ড০ পৰমানন্দ ৰাজবংশীৰ ৰচিত সাতখন নাটক পৰিৱেশন কৰা হ'ব।
কালি উদ্বোধনীৰ দিনা পৰিৱেশন কৰা হয় ড০ পৰমানন্দ ৰাজবংশী…
Read More...