চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই বন্ধু, গুৰুতৰভাৱে আহত দুজন
ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আৰেয়াৰঝাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত হয় এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। দুখনকৈ বাইক আৰু এখন মালবাহী ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত ঘটনাস্থলীতে নিহত হয় দুজনকৈ বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত হয় আন দুজন। নিহত বাইক আৰোহীদ্বয় হ'ল চাপৰ পৌৰসভাৰ ৫নং ৱাৰ্ডৰ বাসিন্দা বলোৰাম মাল্লাৰ পুত্ৰ বাপন মাল্লা (৩১) আৰু…
Read More...