আজিৰ দিনটোৰ ৰাশিফল
আজি ২৮ ছেপ্টেম্বৰ, আহিন মাহৰ ১১ তাৰিখ
দেওবাৰ : তিথি–শুক্লা ষষ্ঠী
মেষ : মঙলৰ শুভ প্রভাৱত ধন আৰু সম্পত্তি লাভৰ যোগ দেখা যায়৷ দিনটোত কিবা কাৰণত মানসিক দুখ পাব পাৰে৷ প্রেম–প্রণয়ত সাফল্য আহিব৷ আর্থিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷ শুভ ৰং ৰঙা৷
বৃষ : পাৰিবাৰিক সুখ আৰু সমৃদ্ধি বজাই থাকিব৷ কিবা কাৰণত অর্থ ক্ষতিৰ সম্ভাৱনা দেখা যায়৷ সম্পদপ্রাপ্তিৰো যোগ আছে৷…
Read More...