মৰিগাঁৱৰ পৰা আটক কুখ্যাত মহিলা প্ৰৱঞ্চক : বিশ্বনাথ আৰক্ষীৰ এমাহজোৰা তদন্ত
বিশেষ বাৰ্তা, বিশ্বনাথ, ২৯ ছেপ্টেম্বৰ : এ টি এমৰ পৰা ধন সংগ্ৰহ কৰিবলৈ অহা একাধিক ব্যক্তিক প্ৰৱঞ্চনাৰে ধন হৰলুকী কৰা এগৰাকী কুখ্যাত মহিলা চোৰক মৰিগাঁৱৰ পৰা আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে।
উল্লেখ্য যে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ তিনিসুঁতিৰ ববিতা দেৱীয়ে যোৱা ২০ আগষ্টত বিশ্বনাথৰ এছ বি আইৰ এটা এ টি এমৰ পৰা ধন উলিয়াবলৈ আহিছিল। কিন্তু ববিতা দেৱীয়ে এ…
Read More...