শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে বৈকুণ্ঠপুৰীত পৰিণত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ তিনি নদীৰ সংগমস্থলীত থকা ঐতিহাসিক তীৰ্থস্থান শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰ ভাগৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে উপস্থিত হৈ বৈকুণ্ঠপুৰীত পৰিণত কৰি তোলে। প্ৰতিগৰাকী ভকত-বৈষ্ণৱে চাকি-বন্তি জ্বলাই আৰু নৈবেদ্য আগবঢ়াই নাম-প্ৰসংগত বহি নেদেখাজনৰ ওচৰত সেৱা আগবঢ়াই…
Read More...