লোহাৰঘাটত শিশু সুুৰক্ষা সম্পৰ্কীয় সজাগতা সভা
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত আজি শিশু সুৰক্ষা সম্পৰ্কীয় এখনি বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ স্বেচ্ছাসেৱী সংস্থা “অসম চেন্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট“ৰ উদ্যোগত তথা কামৰূপ জিলা আইন প্ৰাধিকাৰী সেৱাৰ সহযোগত আয়োজিত সজাগতা সভাখনত যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা আইন (POCSO…
Read More...