বৰপেটাৰ মন্দিয়াত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাৰ মন্দিয়া সমষ্টিতো অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰা হয়। আজি সমগ্ৰ ৰাজ্যতে মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধনী কৰে এই জনহিতকৰ সৰ্ববৃহৎ অভিলাষী আঁচনিখন। মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই শুভাৰম্ভণি অনুষ্ঠানটিত বৰপেটা জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ…
Read More...