অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও সদৰ বিহুতলী প্ৰাংগণ আৰু পবিতৰা হাট প্ৰেক্ষাগৃহত আৰম্ভ হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ সমিতিৰ আতিথ্যত অনুষ্ঠিত অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মূল দ্বাৰ উন্মোচনৰ…
Read More...