আমছু-ৰাইজৰ দল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ দেশজুৰি আৰম্ভ হোৱা সদস্যভৰ্তি অভিযানত সদস্যৰ শতকৰা ভৰ্তিকৰণৰ হাৰ অনুসৰি অসম দেশৰ ভিতৰত প্ৰথম স্থানত আছে। আজি ধুবুৰীত আয়োজিত সংবাদ মেলত এই দাবী কৰে বিজেপিৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। সদস্যভৰ্তিকৰণৰ এই কাৰ্যসূচীৰ জৰিয়তে ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত নতুনকৈ অতি কমেও ডেৰ লাখ…
Read More...