বৰহোলাত ট্রেডিং প্ৰৱঞ্চক অবিনাশ পাৰ্ধিয়াক জে’ললৈ প্ৰেৰণ
🔹 ২৪৩গৰাকী লোকৰ সৈতে কোটি টকা লেনদেনৰ স্বীকাৰোক্তি
নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে কোটি কোটি টকা সংগ্ৰহ কৰা বৰহোলা গড়াজানৰ অবিনাশ পাৰ্ধিয়াক আজি বৰহোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে তিতাবৰ আৰু বৰহোলাৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি জে'ললৈ যোৱাৰ পূৰ্বে অবিনাশ পাৰ্ধিয়াই…
Read More...