ঢকুৱাখনা মহাবিদ্যালয়লৈ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : বিশ্ববিদ্যালয় অনুদান আয়োগে আজি স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়লৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়লৈ আজি বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ…
Read More...