লাহৰীঘাটত দুই ভাই-ককাইকে ধৰি ৫ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ
🔹 এবছৰত মৰিগাঁৱত গ্ৰেপ্তাৰ ২১৭ চাইবাৰ অপৰাধী
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : মৰিগাঁও আৰক্ষীৰ পুনৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান। যোৱানিশা মৰিগাঁও আৰক্ষীৰ অভিযানত লাহৰীঘাটৰ বিভিন্ন অঞ্চলৰ পৰা ৫টাকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এবছৰত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ২১৭টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । যোৱানিশা…
Read More...