নামাজ পঢ়িবলৈ অহা শিক্ষাগুৰুৰ ধন, গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা বেগ চুৰি
🔹 ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : ধুবুৰীৰ মাজমজিয়াৰ এটা মছজিদলৈ নামাজ পঢ়িবলৈ অহা এগৰাকী শিক্ষকৰ নগদ ধন, বেংকৰ পাছবুককে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা এটা বেগ চুৰি হোৱাৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি দুপৰীয়া আনুমানিক ২ বজাত বাউশকাটা প্ৰজাবন্ধু হাইস্কুলৰ প্ৰধান শিক্ষক দেৱান…
Read More...