নামনি অসমৰ বিৰুদ্ধে তাচ্ছিল্যসূচক মন্তব্য বিধায়ক মৃণাল শইকীয়াৰ
🔹 খুমটাইৰ বিধায়কৰ বিৰুদ্ধে বিভিন্ন থানাত এজাহাৰ দল-সংগঠনৰ
বিশেষ বাৰ্তা, ৮ জুন : খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই নামনি অসমক লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে সৃষ্টি হৈছে তীব্র বিতর্ক৷ নামনি অসমৰ লোকক তুচ্ছ-তাচ্ছিল্য কৰা মৃণাল শইকীয়াৰ বিৰুদ্ধে বিভিন্ন থানাত দাখিল হৈছে এজাহাৰ৷ উল্লেখ্য যে লোকসভা নির্বাচনত যোৰহাট সমষ্টিৰ প্রার্থী গৌৰৱ গগৈয়ে জয়লাভ…
Read More...