আন্তঃজিলা ৰাজ্যিক টাইকোৱানডোৰ কামৰূপ জিলা দল গঠনৰ প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ৮ জুন : অহা জুলাই মাহৰ প্ৰথম পষেকত অনুষ্ঠিত হ'ব লগা আন্তঃজিলা ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতাত নতুনকৈ স্বীকৃত কামৰূপ জিলা দল গঠনৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। ছয়গাঁও মিনি ষ্টেডিয়ামত এখন সংবাদ মেলযোগে এই ঘোষণা কৰে টাইকোৱানডো ফেডাৰেচন অৱ কামৰূপ ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক দেৱজিত ডেকাই । ৱৰ্ল্ড টাইকোৱানডো এণ্ড এছিয়ান টাইকোৱানডো…
Read More...