লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু বজালী জিলা প্রশাসন
নিয়মীয়া বাৰ্তা, ৩ জুনঃ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ বজালী জিলাৰ অন্তৰ্গত ২৬নং বজালী বিধানসভা সমষ্টি আৰু ২১নং ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বাবে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত ভোট গণনা কেন্দ্র স্থাপন কৰা হৈছে। ভোট গণনা কৰাৰ বাবে ইতিমধ্যে যাৱতীয় প্রস্তুতি বজালী জিলা প্রশাসনে সম্পূৰ্ণ কৰি তুলিছে। গণনা কার্য পর্যবেক্ষণ কৰাৰ বাবে নির্বাচনী আয়োগে…
Read More...