নগৰবেৰাত বিদ্যুৎ বিভাগে দুখীয়া পৰিয়াললৈ বিদ্যুৎ বিল দিলে ৩৬,৫৯৫ টকা
🔴বিদ্যুৎ গ্ৰাহকে আবদ্ধ কৰি জবাবদিহি মিটাৰ ৰীডাৰক
নিয়মীয়া বাৰ্তা, ৩ জুনঃ পোহৰলৈ আহিছে বিদ্যুৎ বিভাগৰ গছত গৰু উঠা কাণ্ড। কেবাটাও পৰিয়ালত বিদ্যুৎ বিলৰ ব্যাপক খেলিমেলি ,দুই মাহৰ কাৰেণ্টৰ বিল ৩৬৫৯৫/-টকা পৰ্যন্ত। কামৰূপৰ বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰাৰ বিদ্যানগৰত সংঘটিত হৈছে এই কাণ্ড। অৱশেষত ভুক্তভোগী বিদ্যুৎ গ্ৰাহকে জৱাবদিহি কৰি আৱদ্ধ কৰিলে…
Read More...