তিনি বছৰীয়া কন্যাৰ গাত গৰম তেল ঢালিলে পিতৃ–মাতৃয়ে
🔹 শিলচৰত চৰম অমানৱীয় ঘটনা
বিশেষ বাৰ্তা, ২ জুন : শিলচৰত কালি এটা লোমহর্ষক ঘটনা সংঘটিত হয় ৷ তিনি বছৰীয়া কণমানি কন্যাৰ কান্দোন সহ্য কৰিব নোৱাৰি শিশুটিৰ গাত গৰম তেল ঢালি দিয়ে জন্মদাতা পাষাণ পিতৃ–মাতৃয়ে৷ এই জঘন্য ঘটনাটো সংঘটিত হৈছে শিলচৰ চহৰৰ সোণাই ৰোডৰ ফেক্টৰী লেনত৷ সোণাই ৰোডৰ ফেক্টৰী লেনৰ এটা ভাৰাঘৰত বসবাস কৰে তেওঁলোকে৷ তিনি বছৰীয়া শিশুৰ কান্দোন…
Read More...