কাৰেং চাপৰিৰ পৰা মাজুলীলৈ বাইক ৰেলী মুখ্যমন্ত্রীৰ
🔹 ৰাজনীতি কৰা মানুহৰ মন পৱিত্র হ'ব লাগে : ড০ শর্মা
🔹 ঠায়ে ঠায়ে নৈপৰীয়া ৰাইজে পুষ্পবৃষ্টিৰে আদৰিলে মুখ্যমন্ত্ৰীগৰাকীক
বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আৰম্ভ কৰা আঁচনিসমূহৰ অন্যতম অংশ হিচাপে ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ মথাউৰিয়েদি নির্মাণ কৰা দুই লেনযুক্ত পথেৰে আজি কাৰেং চাপৰিৰ পৰা মাজুলীলৈ বাইক চলাই যাত্রা কৰে অসমৰ…
Read More...