পশ্চিম মাজিকুছিৰ সমাজকৰ্মী জানিৰাম ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : ওদালগুৰি জিলাৰ পশ্চিম মাজিকুছি জগন্নাথ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত জানিৰাম ডেকালৈ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । শ্ৰীশ্ৰী জগন্নাথ, ফুলগুৰি আৰু বুঢ়া গোসাঁই দেৱালয়ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জনী বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ত্ৰি দেৱালয় পৰিচালনা সমিতিৰ…
Read More...