গৌৰৱ গগৈয়ে ৰাজনীতিত পেৰাচুটেৰে লেণ্ডিং কৰিছে : দিলীপ শইকীয়া
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : ৰাজনীতিৰ ক্ষেত্ৰখনত গৌৰৱ গগৈয়ে পেৰাচুটেৰে লেণ্ডিং কৰিছে। গৌৰৱ গগৈয়ে সাংসদ হোৱাৰ আগতে কোনখন গাঁৱৰ বোকাপানী গচকিছিল? পৈত্ৰিক সম্পত্তি স্বৰূপেহে গৌৰৱ গগৈয়ে সাংসদ হৈছে। নিজৰ খুড়াকক আঁতৰ কৰি উপ-নিৰ্বাচনৰ জড়িয়তেহে গৌৰৱ গগৈয়ে সাংসদ হৈছে। গৌৰৱ গগৈয়ে খেতিপথাৰত নামি পোৱা নাই। গৌৰৱ গগৈক জোকে খাই পোৱা নাই বা বিছায়ো দাকি পোৱা…
Read More...