নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

শুৱালকুছিৰ বাথানত আটক ৩ জুৱাৰী

বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : কামৰূপৰ শুৱালকুছি থানাৰ অন্তৰ্গত বাথানৰ পৰা শুৱালকুছি আৰক্ষীৰ এটা দলে কালি সন্ধিয়া ৩জন জুৱাৰীক আটক কৰে। ধৃত জুৱাৰীকেইজন ক্ৰমে বাথানৰ ধ্ৰুৱ দাস, ৰমেন দাস আৰু ধনধনি দাস। আটাইকেইজন জুৱাৰীকে আজি শুৱালকুছি আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ইফালে জুৱাৰীকেইজনৰ পৰা উদ্ধাৰ কৰা নগদ ধন সম্পৰ্কত সংবাদ মাধ্যমক তথ্য প্ৰদান কৰাৰ পৰা…
Read More...

বোকাখাতৰ গাৰোগাঁও প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা

বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ বোকাখাতৰ এখন প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই চিন্তিত কৰি তুলিছে শিক্ষিত সমাজক।…

মিছন বসুন্ধৰা ২.০ত দ্বিতীয় স্থানত নদুৱাৰ ৰাজহ চক্ৰ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ অসম চৰকাৰে প্ৰৱৰ্তন কৰা অভিলাষী আঁচনি মিছন বসুন্ধৰা ২.০ ৰূপায়নৰ ক্ষেত্ৰত দেখুওৱা…

কংগ্ৰেছ কৰ্মীসকল অত্যন্ত হতাশ-নিৰাশ : কমলাকান্ত কলিতা

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ বকোত কালি অগপৰ সাধাৰণ সম্পাদক,প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তথা…

সোণাৰিত পুনৰ হত্যাকাণ্ড : দাৰে ঘপিয়াই হত্যা মহিলাক 

🔹  চৰাইদেউত এসপ্তাহত চাৰিটাকৈ হত্যাকাণ্ড বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : আইন-শৃংখলা ক্ৰমাৎ অৱনতি হৈছে নেকি চৰাইদেউ…

মাটিয়াত মাছভৰ্তি বাহনৰ খুন্দাত পকী দেৱাল ভাঙি কেইবাজনো আহত

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : আজি কাহিলি পুৱাতেই পূব গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত গাৰোমাৰীত এক ভয়ানক…

দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত বিলাসীপাৰাৰে চলিব যাত্ৰীবাহী ৰে’ল

🔹 উৎফুল্লিত বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতা নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : উত্তৰ বংগ আৰু পশ্চিম অসমবাসীৰ…

সোণাৰি চাপৰিৰ কেকুঁৰিত অনৈতিক কাৰ্যকলাপ বৃদ্ধি

🔹 গোপন ভিডিঅ' ভাইৰেলক লৈ কেকুঁৰিত তীব্ৰ প্ৰতিক্ৰিয়া নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : ঢকুৱাখনা উপ-জিলাৰ সোণাৰি চাপৰি…