‘হিমন্ত মামা আমাক দলংখন বনাই দিয়ক’ : সোণাৰিত কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ ঐতিহাসিক লাহদৈগড় পথৰ ওপৰত থকা জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাতায়াত কৰি আহিছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। তদুপৰি দশক দশক ধৰি সীমামূৰীয়া ৰাইজে বিপদসংকুল যাত্ৰা কৰাৰ উপৰি ৰোগীক কান্ধত তুলি পাৰ কৰিব লগা হয় দলংখনৰ ওপৰেৰে। এইক্ষেত্ৰত লাহদৈগড় গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ…
Read More...