নগাঁৱত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগ
বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰী : সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত নগাঁও জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
তেওঁলোকৰ মূল দাবীসমূহ হ'ল জিলা প্ৰশাসনিক কৰ্মচাৰীক সুকীয়া দৰমহা গাঁথনি প্ৰদান কৰি…
Read More...