শিৱসাগৰত নিউজ লাইভৰ সাংবাদিকক অভব্য ব্যৱহাৰ জিএছটি বিষয়াৰ
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : বছৰৰ এঘাৰটা মাহ কাৰ্য্যালয়ত বহিয়েই পুঁজিপতি ব্যৱসায়িক গোষ্ঠীক কাৰ্য্যালয়লৈ মতাই বুজাবুজিৰে জি এছ টি পৰীক্ষা কৰা জি এছ টিৰ বিষয়াৰ দলে সমাগত মাৰ্চ মাহৰ প্ৰাকমুহূত্বত অংক নিমিলা প্ৰতিষ্ঠানত অভিযান চলোৱাতো নতুন কথা নহয়৷ বিগত বৰ্ষৰ দৰে এইবাৰো হিচাব নিমিলা প্ৰতিষ্ঠানত হিচাব মিলাবলৈ যোৱা জি এছ টি বিষয়াৰ এটা দলে অকাৰণতে…
Read More...