একশৰণ নামধৰ্ম জনজাতি সমাজৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী : মৰিগাঁও জিলাৰ কমাৰবড়ীত একশৰণ নামধৰ্ম জনজাতি সমাজৰ ৬০সংখ্যক অধিৱেশন আৰু মহাপালনামৰ লাইখুঁটা স্থাপন কৰা হয়। কমাৰবড়ী ভাতবৰ দেউৰী সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশনখন। অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ কমাৰবড়ীত ভাতবৰ দেউৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব একশৰণ…
Read More...