বৈকুণ্ঠ ধামত পৰিণত ঘিলামৰাৰ শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰ
🔹 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ ৮৩সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিৰে বৈকুণ্ঠ ধামত পৰিণত হৈছে ঘিলামৰাৰ শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰ আৰু আঞ্চলিক নামঘৰৰ প্ৰাংগণ । ঘিলামৰাৰ বিভিন্ন জাতি-জনগোষ্ঠী, বৰ্ণ নিৰ্বিশেষে সহস্ৰাধিক ভকত-বৈষ্ণৱৰ আগমনেৰে শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য…
Read More...